মোৰ ডিজিটেল গাঁৱলৈ স্বাগতম

আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল :

গাঁও সমাজত বহু সাধাৰণ ব্যক্তি মৃত্যুৰ পিছত এই পৃথিৱীৰ পৰা হেৰাই যায়। তেওঁলোকৰ নাম, কৰ্ম আৰু স্মৃতি সময়ৰ লগে লগে পাহৰি যোৱা হয়।

সেয়ে এই ৱেবছাইটৰ জৰিয়তে সেইসকল ব্যক্তিৰ স্মৃতি, জীৱন কাহিনী আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ আত্মজীৱনীৰ লগতে জীৱনৰ বাস্তৱ অভিজ্ঞতাসমূহ সন্মান সহকাৰে সংৰক্ষণ কৰাৰ এটা সৰু প্ৰয়াস কৰা হৈছে, যাতে আগন্তুক প্ৰজন্মই তেওঁলোকক স্মৰণ কৰিব পাৰে।  

Welcome to My Digital Village

Our Aim and Purpose:

In village communities, many ordinary people disappear from this world after their death. Their names, contributions, and memories are gradually forgotten with the passage of time.

Therefore, through this website, a small effort has been made to respectfully preserve the memories and life stories of such individuals, along with the autobiographies and real-life experiences of elderly members of the community, so that future generations can remember them.  — SK Deori